জুবিনলৈ একাঁজলি অশ্ৰু অঞ্জলি🙏🙏"
মনৰ কথা
এটি বণিজ গোষ্ঠীৰ হাতত হেৰাই গল অসমীয়াৰ এটি উজ্বল নক্ষত্ৰ।
হেৰাই গল অসমীয়াৰ এটুকুৰা হীৰা।
কিন্তু,
তুমি হেৰাই নোযোৱা
আমাৰ হৃদয়ৰ পৰা,
তোমাৰ স্মৃতিৰ সুবাস
আমাৰ চৌদিশে আৱৰা।
যুগে যুগে ইতিহাসে ৰিঙিয়াই ক'ব,
মানৱ সভ্যতা য'ত থমকি ৰ'ব
যুগান্তকাৰী ঐতিহ্য বহন কৰি,
তোমাৰ স্মৃতি জনগণৰ হৃদয়ত
নীৰৱতাৰ মাজেৰে নিৰবধি ব'ব
🙏🙏😭😭।
You May Also Like
Loading...