Tick Tock Tick Tock : Song
"Tick Tock Tick Tock" Song by Zubeen Garg & Papori Gogoi. Song is Music Directo by Ajoy Phukan and also music and lyrics written by Abhijit Bhattacharjya Ajoy Phukan. Mastering by Dipkesh Borgohain. "Tick Tock Tick Tock" – the romantic theme song of the year from Theatre Surjya 2025-26, releasing in theatres on 29 Jun 2025.YOUTUBE VIDEO :
𝐋𝐲𝐫𝐢𝐜𝐬 :
"Tick Tock Tick Tock" Lyrics
হ' টিক্ টক্ টিক্ টক্ হিয়াতো বাজীছে
টিক্ টক্ টিক্ টক্ সময় জুকাইছে
টিক্ টক্ টিক্ টক্ উশাহে গনিছে ক্ষণ
হ' টিক্ টক্ টিক্ টক্ বুকুতো বাজীছে
টিক্ টক্ টিক্ টক্ মনেও জুকাইছে
টিক্ টক্ টিক্ টক্ ওগল ঠগুলি ক্ষণ
হ' ৰৈ আছো মই, কথা বোৰ সাঁচি ৰাখি থৈ
ৰৈ আছো মই, আপুন হ'ব লৈ
সপোনেও খেলিবো তুমি আহিলে,
হিয়া ফুল ফুলিবো তুমি আহিলে
মৰমেও নাচিবো তুমি আহিলে
মোৰ চকুলোও লুকাবো তুমি আহিলে,
আৱেগেও হাঁহিবো তুমি আহিলে
মৰমেও নাচিবো তুমি আহিলে
বাৰে বাৰে মনে তোমাকেই মাতিছে
মাতিছে, মাতিছে
হ' টিক্ টক্ টিক্ টক্ হিয়াতো বাজীছে
টিক্ টক্ টিক্ টক্ সময় জুকাইছে
টিক্ টক্ টিক্ টক্ উশাহে গনিছে ক্ষণ
দূৰে দূৰে আৰে আৰে, লুকা ভাকু মিলনৰে
থৌকি বাথৌ আশা এ আকে, চেনেহঁৰে আল্পনা
দূৰে দূৰে আৰে আৰে, লুকা ভাকু মিলনৰে
থৌকি বাথৌ হেঁপাহেঁৰাছে, এই বুকুত কল্পনা
দূৰে দূৰে আৰে আৰে, লুকা ভাকু মিলনৰে
থৌকি বাথৌ হেঁপাহেঁৰাছে, এই বুকুত কল্পনা
হ' ৰৈ আছো মই, কথা বোৰ সাঁচি থৈ
ৰৈ আছো মই, আপুন হ'ব লৈ
মোৰ সপোনেও নাচিবো তুমি আহিলে,
হিয়া ফুল ফুলিবো তুমি আহিলে
মৰমেও নাচিবো তুমি আহিলে
ঐ..............
বাৰে বাৰে মনে তোমাকেই মতিছে
মতিছে, মতিছে
হ' টিক্ টক্ টিক্ টক্ বুকুতো বাজীছে
টিক্ টক্ টিক্ টক্ মনেও জুকাইছে
টিক্ টক্ টিক্ টক্ ওগল ঠগুলি ক্ষণ
লাহে লাহে লাজে লাজে
আলিংগন দুচকুঁৰে
পল অনুপল সজাম জীৱনৰে
সপোন কাৰেংতে
লাহে লাহে লাজে লাজে
আলিংগন দুচকুঁৰে
পল অনুপল সজাম জীৱনৰে
সপোন কাৰেংতে
হ' ৰৈ আছো মই, কথা বোৰ সাঁচি থৈ
ৰৈ আছো মই, আপুন হ'ব লৈ
মোৰ সপোনেও নাচিবো তুমি আহিলে,
হিয়া ফুল ফুলিবো তুমি আহিলে
মৰমেও নাচিবো তুমি আহিলে
ঐ........
মোৰ চকুলোও লুকাবো তুমি আহিলে,
আৱেগেও হাঁহিবো তুমি আহিলে
উলাহে ও নাচিবো তুমি আহিলে
ঐ.........
বাৰে বাৰে মনে তোমাকেই বিছাৰে
বিছাৰে, বিছাৰে
হ' টিক্ টক্ টিক্ টক্ হিয়াতো বাজীছে
টিক্ টক্ টিক্ টক্ সময় জুকাইছে
টিক্ টক্ টিক্ টক্ উশাহে গনিছে ক্ষণ
Coming Soon
Tick Tock Tick Tock Song Details :
| Song | Tick Tock Tick Tock |
| Singer : | Zubeen Garg & Papori Gogoi |
| Music Director | Ajoy Phukan |
| Lyrics: | Abhijit Bhattacharjya & Ajoy Phukan |
| Mix Master | Dipkesh Borgohain |
| Video Director : | Ashim Gogoi |
| label | ©AC MULTIMEDIA |