Lyrics
বাটৰে শেষতে
বাট চাওঁ তোমালে
লৈ যোৱাহি
আজি তোমাৰ বাটেৰে
বাটৰে শেষতে
বাট চাওঁ তোমালে
লৈ যোৱাহি আজি তোমাৰ বাটেৰে
বাটৰে শেষতে
বাট চাওঁ তোমালে
লৈ যোৱাহি
আজি তোমাৰ বাটেৰে
বাটৰে শেষতে
বাট চাওঁ তোমালে
লৈ যোৱাহি আজি তোমাৰ বাটেৰে
তুমি আহিলে
নামে বুকুলে শাওন
তুমি নহ'লে
উকা উকা মোৰ ফাগুন
বাটৰে শেষতে
বাট চাওঁ তোমালে
লৈ যোৱাহি
আজি তোমাৰ বাটেৰে
আশে-পাশে বুকুৰে তুমি
ভেদিলা পৰিধি
আৰু হ'লা হঠাতে
কি যে আপোন!!
এতিয়া নিজৰ হিয়াতে
মই নিজেই আলহী
আজৰি হৈ খবৰ ল' বাচোন
তুমি আহিলে
নামে বুকুলে শাওন
তুমি নহ'লে
উকা উকা মোৰ ফাগুন
বাটৰে শেষতে
Related Tags - Batore Hekhote, Batore Hekhote Song, Batore Hekhote MP3 Song, Batore Hekhote MP3, Download Batore Hekhote Song, Batore Hekhote Song, Batore Hekhote Batore Hekhote Song, Batore Hekhote Song By , Batore Hekhote Song Download, Download Batore Hekhote MP3 Song
বাট চাওঁ তোমালে
লৈ যোৱাহি
আজি তোমাৰ বাটেৰে
ভাঙি যোৱা প্ৰতিটো সপোন
আৰু মনৰে দাপোণ
আজি তুমাক পালে হৈ
আকৌ নতুন.......
ৰৈ গলা তুমি এনেকৈ
বুকুতে যেনেকৈ
এটি চিনাকী নূপুৰৰ ৰুণজুন
তুমি আহিলে
নামে বুকুলে শাওন
তুমি নহ'লে
উকা উকা মোৰ ফাগুন
বাটৰে শেষতে
বাট চাওঁ তোমালে
লৈ যোৱাহি
আজি তোমাৰ বাটেৰে..........
Batore Hekhote Song Details :
| Song: | Batore Hekhote |
| Album: | BIXORJAN |
| Singer : | ZUBEEN GARG |
| Lyricist: | Bijit |
| Musicians : | Dipkesh Borgohain, Jayanta Kakati |
| Label:: | Dhwani Records |
.jpeg)