"Xopun Xopun Jan" : Lyric
"Xopun Xopun Jan" is a romantic melody song. "Xopun Xopun Jan " A romantic conversation of a couple is showing here. You must listen and feel the love From Zubeen Movic Roi Roi Binale . Singer - Zubeen Garg & Marami Sarma
Info!
Youtube Video: "Xopun Xopun jan ".
Info!
Lyris : "Xopun Xopun jan ".
"Xopun Xopun jan " Lyris in Assamses
সপোন সপোন যেন
আজি মোৰে ভালপোৱাবোৰ
জিৰি জিৰি সপোন নামি আহে
আজি চকুতে মোৰ
সপোন সপোন যেন
আজি মোৰে ভালপোৱাবোৰ
জিৰি জিৰি সপোন নামি আহে
আজি চকুতে মোৰ
এই প্ৰেমৰ বৰষাত উটি-ভাঁহি যাওঁ মই
তোমাৰে বুকুত জীপাল হওঁ আজি মই
সপোন সপোন যেন
আজি মোৰে ভালপোৱাবোৰ
জিৰি জিৰি সপোন নামি আহে
আজি চকুতে মোৰ
নাচে বুকুতে আশা
নেদেখা সপোন উতলা
জীৱনযুৰি বিয়পা
গাই অন্য অন্য ভাষা
দিলোঁ মোৰ তোমাকে ছায়া
মোৰ মন আৰু মোৰ কায়া
শৰীৰত মোৰ ভিতৰত
কিহৰে অন্ধ মায়া
সপোন সপোন যেন
আজি মোৰে ভালপোৱাবোৰ
জিৰি জিৰি সপোন নামি আহে
আজি চকুতে মোৰ
মোৰ সৰু সৰু ভাষা
আছে বহু বিষ বিয়পা
নীলভ তোমাৰ চকুতে
সিঁচি সিঁচি দিব পৰা
অশ্ৰু নিগৰা কথা
নক’বা মোক নক’বা
লগে তোমাকে বুকুতে
নুবুজোঁ অন্য ভাষা
"Xopun Xopun jan " Lyris in English
Coming Soon........
Xopun Xopun jan Song Details :
| Singer : | Zubeen Garg & Marami Sarma |
| flim Name : | Roi Roi Binale 'A Zubeen Garg Musical' |
| Lyrics : | Zubeen Garg |
| Music : | Zubeen Garg |
| Music Producer: | Anupam Konwar |
| Vocals Recorded : | Studio ZG |
| Choreographed by: | Sachin Boruah |
| Story: | Zubeen Garg |
| Direction: | Rajesh Bhuyan |
| Lebel : | ©Eye Creations & Zeal Creations |